Assamese Society Traditional Non-Vegetarian Thali
Non-Vegetarian Thali

The most rich in the hidden food collection is Assam. Just as the cultural tradition sits in Assam, the meeting place of different castes and castes, the various traditional cuisines also make the cultural heritage of Assam rich. Various local and community food items have given Assam a unique identity.

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰা প্ৰণালী আপুনি জানানে ?

Traditional foods are currently gaining a lot of popularity among us. We can also prepare this food at home with the necessary ingredients. Do you know how to prepare various traditional food items in the society life of Assam ?

Non-Vegetarian Thali Assamese Traditional

লিখকৰ পৰিচয়
নাম: হিমাদ্ৰী বৰকটকী
যোগাযোগ: ৯৬৭ xxxx ২১২৭০
ঠিকনা: ২ নং উপপথ, শিৱনগৰ, নগাওঁ-৭৮২০০৩

অসমৰ মানুহৰ ঘৰত একোখনকৈ শাক পাচলিৰ বাৰী থাকে। এই বাৰীখনত বিভিন্ন ধৰণৰ ঔষধিযুক্ত আৰু থলুৱা শাক-পাচলি ও পোৱা যায়। গতিকে ঘৰতে পোৱা শাক-পাচলিৰ পৰা এসাজ সুস্বাদু আহাৰ তৈয়াৰ কৰি আমাৰ দৰ্শক সকললৈ আগবঢ়ালো ।

⬛️ থলুৱা উপকৰণ সমূহৰ নাম :-

১. ভাত
২. মগু ডালি
৩. মাছৰ টেঙা
৪. পচলা
৫. কচু-মচন্দৰী
৬. ভেবেলী লতাৰ বৰ
৭. নৰসিংহৰ বৰ
৮. মাহগুৰি
৯. বেহুৱা
১০. আমৰ আচাৰ
১১. দৈ